Published on:
Updated on:
- অসমত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।
- আক্ৰান্ত ৩ জন কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ।
- আক্ৰান্ত দুজন লোক নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত আছিল।
- অসমত মুঠ আক্ৰান্ত লোকৰ সংখ্যা ২৩ গৰাকীলৈ বৃদ্ধি।
- ইয়াৰ পূৰ্বে আক্ৰান্ত হৈ আছিল ২০ জন লোক।
- আক্ৰান্ত সকলো লোককে চিকিৎসা প্ৰদান কৰি থকা হৈছে।
- আক্ৰান্ত ৩ জনৰ এজন স্পেনিছ গাৰ্ডেনৰ বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in