New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/congress-bjp-flag.jpg)
প্ৰতিকী ফটো
- লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে পূৰ্বে নেদেখা কিছু ছবি।
- শনিবাৰে বিজেপিক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত হ'ল নলবাৰীৰ কেইবাজনো কংগ্ৰেছ সদস্য।
- বহিস্কাৰ হ'ল নলবাৰী পৌৰসভাৰ ৩ ৱাৰ্ডৰ সদস্য।
- ৱাৰ্ড সদস্য কেইজন হৈছে পৱন হালৈ, মফাজুল আলী আৰু মীৰ মেহবুব আলী।
- কংগ্ৰেছৰ পৰা ৬বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ল কংগ্ৰেছ কৰ্মীকেইজনক।