Published on:
Updated on:
- মহানগৰীত প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক ।
- হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অনুষ্ঠিত হয় বৈঠক ।
- হোটেল চিগনেটত হ'ব প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী বাছনি ।
- জিলা আৰু ব্লক সভাপতিৰ সৈতে স্ক্ৰিণিং কমিটিৰ আলোচনা ।
- হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত মহাজোঁট বন্ধনৰ বৈঠক ।
- মহাজোঁট বন্ধনৰ সমষ্টি ভাগ-বতৰাকলৈ অনুষ্ঠিত হয় এই বৈঠক ।
- মিত্ৰ দল সমূহৰ সৈতে কংগ্ৰেছ পৃথকে পৃথকে আলোচনাত মিলিত হ'ব ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in