কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ভংগ…

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ভংগ…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

  • কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা ভংগ।
  • সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিলে কংগ্ৰেছে।
  • মিত্ৰতা ভংগৰ প্ৰস্তাৱ এপিচিচিয়ে নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰে।
  • সৰ্বসন্মতিক্ৰমে এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণ কংগ্ৰেছৰ।
  • এআইইউডিএফৰ শেহতীয়া কাৰ্যকলাপে কংগ্ৰেছক হতভম্ব কৰিছে বুলি উল্লেখ এই সংবাদমেলত।