প্ৰতিকী ফটো
Published on:
Updated on:
- কংগ্রেছৰ পঞ্চমখন লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
- প্ৰকাশ কৰা হৈছে অসমৰ ৫টাকৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম।
- ডিফু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেনছিং ইংতি।
- মঙললৈত প্ৰাৰ্থিত্ব লাভ কৰিছে ভূৱনেশ্বৰ কলিতাই।
- তেজপুৰত এম জি ভি কে ভানুৱে লাভ কৰিছে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব।
- নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।
- লখিমপুৰত অনিল বৰগোঁহায়ে লাভ কৰিছে প্ৰাৰ্থিত্ব।
- কংগ্ৰেছৰ এই পঞ্চমখন তালিকাত অসমৰ ৫টা লোকসভা সমষ্টিকে ধৰি দেশৰ সৰ্বমুঠ ৫৬টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
- অন্ধ্ৰপ্ৰদেশ, ওড়িশ্যা, তেলেংগানা, পশ্চিমবংগ, লক্ষ্যদ্বীপ আৰু উত্তৰপ্ৰদেশৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
- কংগ্ৰেছে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই তালিকা।
- ১৮ মাৰ্চৰ ১১.০৯ বজাত প্ৰকাশ কৰা হৈছিল এই তালিকা।
- কংগ্ৰেছে প্ৰকাশ কৰা ৫৬জনীয়া প্ৰাৰ্থীৰ তালিকা এয়া-
Code:
Asomiya Pratidin
www.asomiyapratidin.in