New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/himanta-biswa-sarmanews-trainlumding-news-face.jpg)
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নগালেণ্ডৰ ঘটনাক লৈ গুৰুত্বপূৰ্ণ বৈঠকত বহিব।
- নগালেণ্ডৰ বিভিন্ন দল-সংগঠনৰ লগতে সাংসদীয় পৰিক্ৰমা মন্ত্ৰী নেইবা ক্ৰুনৱেৰ সৈতে মিলিত হ'ব তেওঁ।
- ৰাজ্যখনৰ ম'ন জিলাত শেহতীয়াকৈ সংঘটিত পৰিস্থিতিৰ বুজ ল'ব মুখ্যমন্ত্ৰী শৰ্মাই।
- ৰাজনৈতিক সমস্যা সমাধানৰ পোষকতাৰে বৃহস্পতিবাৰে ক'হিমাত উপস্থিত হ'ব তেওঁ।