New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/pm-cm_11zon.jpg)
- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জৰুৰী তলব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- সোমবাৰে দিল্লীৰ সংসদ ভৱনত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই।
- সীমা সমস্যা সন্দৰ্ভত দুয়োৰে মাজত অনুষ্ঠিত হৈছে বিশেষ বৈঠক।
- অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সবিশেষ অৱগত কৰিলে প্ৰধানমন্ত্ৰীক।
- ইয়াৰোপৰি নাগালেণ্ড, মেঘালয়ৰ লগত সৃষ্টি হৈ থকা সীমা বিবাদ সন্দৰ্ভতো হৈছে আলোচনা।
- প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
- জানিব পৰা মতে স্বাস্থ্য মন্ত্ৰীকো সাক্ষাৎ কৰিব হিমন্ত বিশ্ব শৰ্মাই।