New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bdc94839-568a-4651-9f34-a01fd21a9bea/uber.jpg)
প্ৰতীকি ফটো
মহানগৰীত লুটৰ ঘটনা।
মহানগৰত উবেৰ চালকক লুটিলে গ্রাহকৰূপী প্রৱঞ্চকে।
গজেন্দ্র শ্বাহ নামৰ চালকজনৰ পৰা লুটিলে ১০,৪০০ টকা।
প্রৱঞ্চকে অনলাইনযোগে লুটি নিলে উবেৰ চালকজনক।
ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল চালকজনৰ।
তদন্ত আৰম্ভ আৰক্ষীৰ।