উবেৰ চালকৰ পৰা গ্ৰাহকে লুটিলে ধন...

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীত লুটৰ ঘটনা।

  • মহানগৰত উবেৰ চালকক লুটিলে গ্রাহকৰূপী প্রৱঞ্চকে।

  • গজেন্দ্র শ্বাহ নামৰ চালকজনৰ পৰা লুটিলে ১০,৪০০ টকা।

  • প্রৱঞ্চকে অনলাইনযোগে লুটি নিলে উবেৰ চালকজনক।

  • ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল চালকজনৰ।

  • তদন্ত আৰম্ভ আৰক্ষীৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in