Published on:
Updated on:
- অসম জাতীয় পৰিষদত মোক্ষম আঘাত।
- সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ দল ত্যাগ।
- দলৰ প্রতিষ্ঠাকালৰ অন্যতম গুৰি ধৰোতা আছিল বসুমতাৰী।
- ২০২১ত ধেমাজি সমষ্টিত অসম জাতীয় পৰিষদৰ প্রাৰ্থী আছিল বসুমতাৰী।
- ধেমাজিত দ্বিতীয় স্থান লাভ কৰি পৰাজিত হৈছিল বসুমতাৰী।
- অজাপৰ প্রাৰ্থীৰ ভিতৰত সৰ্বাধিক ভোট পোৱা ব্যক্তি আছিল তেওঁ।
- মাজুলীৰ উপ-নিৰ্বাচনতো বিৰোধীৰ সন্মিলিত প্রাৰ্থী আছিল তেওঁ।
- আজি দলৰ সভাপতিলৈ পদত্যাগ পত্র প্রেৰণ নেতাজনৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in