চিৰাঙত অবৈধ অস্ত্ৰ ব্যৱসায়ীৰ বৃহৎ চক্ৰ উৎখাত..

চিৰাঙত অবৈধ অস্ত্ৰ ব্যৱসায়ীৰ বৃহৎ চক্ৰ উৎখাত..
  • চিৰাঙত অবৈধ অস্ত্ৰ ব্যৱসায়ীৰ বৃহৎ চক্ৰ উৎখাত।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩ মাৰণাস্ত্ৰ ব্যৱসায়ীক।
  • ধৃত এণ্টনী মুছাহাৰী, দেৰাচাত বসুমতাৰী, মিথিংগা বসুমতাৰী।
  • পলাতক চক্ৰটোৰ প্ৰধান মাৰ্কাছ গয়াৰী।
  • চক্ৰটোৱে দীৰ্ঘদিনে বি টি এ ডিত চলাই আহিছিল অস্ত্ৰৰ ব্যৱসায়।
  • ধৃত তিনিওকে বাক্সা আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in