New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- চিৰাঙত অবৈধ অস্ত্ৰ ব্যৱসায়ীৰ বৃহৎ চক্ৰ উৎখাত।
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩ মাৰণাস্ত্ৰ ব্যৱসায়ীক।
- ধৃত এণ্টনী মুছাহাৰী, দেৰাচাত বসুমতাৰী, মিথিংগা বসুমতাৰী।
- পলাতক চক্ৰটোৰ প্ৰধান মাৰ্কাছ গয়াৰী।
- চক্ৰটোৱে দীৰ্ঘদিনে বি টি এ ডিত চলাই আহিছিল অস্ত্ৰৰ ব্যৱসায়।
- ধৃত তিনিওকে বাক্সা আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।