Published on:
Updated on:
- দক্ষিণ কামৰূপত অঘটন।
- সোণতলীত দুবছৰীয়া শিশুৰ সলিল সমাধি।
- পুখুৰীত পৰি মৃত্যু ঘটিল দুবছৰীয়া শিশুটিৰ।
- শিশুটোৰ নাম ওজাৱিবুল হক।
- সোণতলীৰ জাওকাটাদিয়াত ঘৰ শিশুটোৰ।
- স্থানীয়লোকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশুটি।
- অঞ্চলটোত নামিছে শোকৰ বন্যা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in