Published on:
Updated on:
- কেবৰ বিৰুদ্ধে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
- চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা৷
- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদ সংগঠনটোৰ৷
- মথুৰাপুৰস্থিত আছুৰ কাৰ্যালয়ৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ৷
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in