ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী থুকুবিল সত্ৰৰ মূল তোৰণৰ আধাৰ শিলা স্থাপন

চৰাইদেউ জিলাৰ সোণাৰি নগৰত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী থুকুবিল সত্ৰৰ মূল তোৰণৰ আধাৰ শিলা স্থাপন

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী থুকুবিল সত্ৰৰ মূল তোৰণৰ আধাৰ শিলা স্থাপন

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি নগৰত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী থুকুবিল সত্ৰৰ মূল তোৰণৰ আধাৰ শিলা স্থাপন। চৰাইদেউ জিলাৰ উপায়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰী, সোণাৰি নগৰৰ পৌৰপতি শ্ৰী তিলক চন্দ্ৰ নেওগ, বি‌শিষ্ট চিকিৎসক ডাক্তৰ পল্লৱ মহন্ত, ড০ উ‌ পি বৰুৱাই সত্ৰাধিকাৰ শ্ৰী ৰাম চন্দ্ৰ মহন্ত আৰু শ্ৰী ৰমেন মহন্তৰ উপস্থিতিত আধাৰশিলাৰ শুভাৰম্ভ কৰে।

সত্ৰখন ১৯৫৪ চনত শিৱসাগৰ জিলাৰ বগিদলৰ পৰা সোণাৰিত প্ৰয়াত সত্ৰাধিকাৰ ডিম্বেশ্বৰ মহন্ত দেৱে প্ৰতিষ্ঠা কৰিছিল।

Also Read: 'এয়া ৰাজনীতি কৰাৰ সময় নহয়' মমতা বেনাৰ্জীক সকিয়াই দিলে ৰে'ল মন্ত্ৰীয়ে...