New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/96dcd6ab-a29e-4766-beaf-4495af01ba9c/charaideo.jpg)
charaideo
ডিজিটেল ডেস্ক, চৰাইদেউ : চৰাইদেউ জিলাৰ কলিয়ামাটিত সংঘটিত হয় অঘটন। এটা দুষ্প্ৰাপ্য প্ৰজাতি লাজুকী বান্দৰৰ কৰুণ মৃত্যু হয় ৷
বান্দৰটো উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বান্দৰটো চলা গ্ৰাম্য অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে ৰাইজে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us