চৰাইদেউত বিদ্যুতৰ তাঁৰত লাগি দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ মৃত্যু...

charaideo
charaideo

ডিজিটেল ডেস্ক, চৰাইদেউ : চৰাইদেউ জিলাৰ কলিয়ামাটিত সংঘটিত হয় অঘটন। এটা দুষ্প্ৰাপ্য প্ৰজাতি লাজুকী বান্দৰৰ কৰুণ মৃত্যু হয় ৷

বান্দৰটো উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বান্দৰটো চলা গ্ৰাম্য অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে ৰাইজে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in