আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ…

আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ…
  • চানমাৰী দিশৰ পৰা প্ৰতিবাদী সমদল৷
  • গুৱাহাটী ক্লাৱৰ দিশে আগবাঢ়িছে প্ৰতিবাদ সমদলটো।
  • অসম চৰকাৰ হায় হায়, সৰ্বানন্দ হায় হায় শ্লগান।
  • আহ অসমীয়া ওলাই আহেৰে সকলোকে ওলাই অহাৰ আহ্বান।
  • গুৱাহাটীৰ বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনাৰ খবৰ।
  • ঠায়ে ঠায়ে আৰক্ষীৰ শূণ্যলৈ গুলীচালনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in