চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন…

  • গুৱাহাটীত বৃহস্পতিবাৰেও উত্তপ্ত পৰিৱেশ।
  • চানমাৰীত-শিলপুখুৰীত ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
  • প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন।
  • হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত নিস্তেজ আৰক্ষী।
  • প্ৰতিবাদস্থলী এৰি পলাবলৈ বাধ্য আৰক্ষী।
  • ইফালে বিভিন্ন স্থানত প্ৰতিবাদী জনতাক চত্ৰভংগ দিয়াবলৈ গুলীবৰ্ষণ কৰিছে সেনাই।
  • পিছ হুহকি অহা নাই প্ৰতিবাদকাৰী।
  • সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে।
  • প্ৰতিবাদকাৰীক প্ৰহাৰ সেনাৰ।
  • সেনা জোৱানকে প্ৰহাৰ কৰিছে প্ৰতিবাদকাৰীয়ে।
  • অসমীয়াৰ আৱেগ তহতে কি বুজিবি, জয় আই অসম শ্লগান প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in