চামগুৰিৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ, এজনক আটক

চামগুৰিৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ, এজনক আটক
  • নগাঁৱৰ পুৰণিগুদামৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰ।
  • কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত আটক এজনক।
  • চামগুৰি আৰক্ষীয়ে আটক কৰিছে ছমিৰুল হক নামৰ লোকজনক।
  • ২৭ আগষ্টত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা।
  • দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল বিদ্যুৎ বিভাগৰ দুজন কৰ্মচাৰী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in