New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/nagaon-puroni-gudam.jpg)
- নগাঁৱৰ পুৰণিগুদামৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰ।
- কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত আটক এজনক।
- চামগুৰি আৰক্ষীয়ে আটক কৰিছে ছমিৰুল হক নামৰ লোকজনক।
- ২৭ আগষ্টত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা।
- দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল বিদ্যুৎ বিভাগৰ দুজন কৰ্মচাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us