Published on:
Updated on:
- কোভিড পৰিস্থিতিৰ বাবে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা বাতিল ।
- চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বৰ্তমানলৈ স্থগিত কৰা হৈছে ।
- কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা ।
- দশম শ্ৰেণীৰ ফলাফলবোৰ ব'ৰ্ডৰ দ্বাৰা অনুষ্ঠিত বস্তুনিষ্ঠ চৰ্তৰ আধাৰত প্ৰস্তুত কৰা হ'ব ।
- ইপিনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত ১ জুনত অনুষ্ঠিত হ'ব এক পৰ্যালোচনা বৈঠক ।
- দেশত বৃদ্ধি হোৱা কোভিডৰ সংক্ৰমনৰ বাবে এই সিদ্ধান্ত শিক্ষা মন্ত্ৰানালয়ৰ ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in