New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
- ৰংজুলি, কলিয়াবৰৰ পিছত এইবাৰ ৰঙিয়াত জব্দ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু।
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত চলালে আৰক্ষীয়ে অভিযান।
- অভিযানত ১২টা গৰুসহ জব্দ এখন মেজিক বাহন।
- আৰক্ষীয়ে আটক কৰে ৩ গৰু সৰবৰাহকাৰীক।
- বালিকুছিৰ পৰা বৰপেটাৰ বহৰীলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হয় গৰু কেইটা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us