কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…

কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

লকডাউনৰ মাজতে সোমবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক।

বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় এই বৈঠকত।

বৈঠকত লোৱা কেতবোৰ সিদ্ধান্ত ক্ৰমে-

  • ৰাজ্যৰ গ্ৰীণ জ'ন এলেকাৰ গ্ৰামাঞ্চলৰ বজাৰসমূহৰ বাহিৰে অন্যান্য দোকান-পোহাৰসমূহ মঙলৰবাৰৰ পৰা খোলা থাকিব।
  • ৰেড জ'ন এলেকাত পূৰ্বৰ দৰেই কঠোৰভাৱে বলবৎ হৈ থাকিব লকডাউন।
  • ৰেড জ'নৰ জিলাসমূহৰ সীমাৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গ্ৰীণ জ'ন জিলাৰ এলেকাসমূহত পূৰ্বৰ দৰেই বন্ধ থাকিব দোকান-পোহাৰ।
  • লকডাউনত আৱদ্ধ যাত্ৰীসকলৰ বাবে আন্তঃজিলা পৰিবহণৰ সময়সীমা ২ মে' লৈকে বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।