খানাপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উত্তোলন কৰিলে জাতীয় পতাকা।উত্তোলন কৰিয়ে সমগ্ৰ দেশ তথা ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰা কাৰ্যক প্ৰশংসা।সংবিধানৰ ৩৭০ ধাৰা আৰু ৩৫(ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰা কাৰ্যক সাহসী পদক্ষেপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।এন আৰ চি প্ৰক্ৰিয়াও সুকলমে সম্পন্ন হ'ব বুলি আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ।ৰাজ্যৰ ১ লাখ ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি।কাজিৰঙাত বন্যপ্ৰানীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে।খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰী LIVE.https://www.facebook.com/cmofficeassam/videos/2325410190905902/