Published on:
Updated on:
- অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিন।
- অসম মহিলা বিশ্ববিদ্যালয় (সংশোধন) বিল-২১ উত্থাপন কৰিবলৈ অনুমতি বিচাৰিব সদনত।
- এই অনুমোদন বিচাৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
- শুকুৰবাৰে দাখিল কৰা হ'ব সাধাৰণ বাজেট।
- বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।
Code:
Asomiya Pratidin
www.asomiyapratidin.in