মাজনিশাৰ পৰা বিটিচিত প্ৰৱৰ্তন হ’ব ৰাজ্যপালৰ শাসন…

মাজনিশাৰ পৰা বিটিচিত প্ৰৱৰ্তন হ’ব ৰাজ্যপালৰ শাসন…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • বিটিচিত বিপিএফৰ কাৰ্যকাল বৃদ্ধি কৰা নহ'ল।
  • ৬ মাহৰ বাবে বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন।
  • সোমবাৰৰ মাজনিশা অন্ত পৰিব বিটিচিৰ কাৰ্যকাল।
  • লকডাউনৰ বাবে নিৰ্বাচন ঘোষণা কৰাৰ পাছতো অনুষ্ঠিত নহ'ল বিটিচিৰ নিৰ্বাচন।
  • সেয়েহে বিটিচিত বিপিএফৰ কাৰ্যকাল অন্ত পৰাৰ পিছত প্ৰৱৰ্তন হ'ব ৰাজ্যপালৰ শাসন।
  • বিপিএফৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল বিজেপি আৰু কংগ্ৰেছৰ দলে।