বিটিচিৰ ২২ নং কোকলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা…

বিটিচিৰ ২২ নং কোকলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা…

author-image
asomiyapratidin
New Update
অৰুণাচলী সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

  • বিটিচিৰ ২২নং কোকলাবাৰী সমষ্টিত হ'ব উপ-নিৰ্বাচন।
  • ২৩ মে'ত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
  • ২৪ মে'ত হ'ব মনোনয়ন পত্র পৰীক্ষা।
  • মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন ২৬ মে'।
  • ৮ জুন হ'ব ভোটগ্রহণ।
  • ১২ জুনত হ'ব ভোট গণনা।
  • কেন্দ্রটোত মুঠ ভোটাৰ সংখ্যা ৭ লাখ ৩,২৯৮ গৰাকী।
  • সমষ্টিটোত মুঠ ভোট কেন্দ্র ৯০৬টা।
  • ইয়াৰে ৫৭টা ভোট কেন্দ্র অতি স্পৰ্শকাতৰ।
  • পুৱা ৭.৩০ বজাৰ পৰা বিয়ল ৪.৩০ বজালৈ হ'ব ভোটগ্রহণ।
  • ৪.৫০ লাখ টকা খৰচ কৰিব পাৰিব এগৰাকী প্রাৰ্থীয়ে।