অসম মুখ্য-পৃষ্ঠা বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন, বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন, বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ asomiyapratidin 27 Apr 2020 21:54 IST Follow UsNew Updateবিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন।বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ।বিজেপি, এবছু, গোবিন্দ বসুমতাৰীৰ আদৰণি।বিটিচিত হাগ্ৰামাৰ অপশাসন সাময়িকভাৱে অন্ত পৰিল, এতিয়া ৰাইজে স্বস্তিৰ নিশ্বাস লবঃ গোবিন্দ।বিটিচিত এতিয়া দুৰ্নীতিমুক্ত, সমবিকাশ, সমউন্নয়ণ সঠিকভাৱে ৰূপায়ণ হোৱাটো আশা কৰিব পাৰি। আমি সদায় সুশাসন, দুৰ্নীতিমুক্ত বিটিআৰ বিচাৰোঃ এবছু সভাপতি দ্বিপেন বড়ো।ৰাজ্যপাল মহোদয়, ৰাজ্যিক বিজেপিক আমি ধন্যবাদ জনাইছোঃ জিলা বিজেপিৰ সাধাৰণ সম্পাদক, অজয় কুমাৰ হাজৰিকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন, বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ
বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন, বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ