বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন, বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ

বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন, বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ
  • বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন।
  • বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
  • বিজেপি, এবছু, গোবিন্দ বসুমতাৰীৰ আদৰণি।
  • বিটিচিত হাগ্ৰামাৰ অপশাসন সাময়িকভাৱে অন্ত পৰিল, এতিয়া ৰাইজে স্বস্তিৰ নিশ্বাস লবঃ গোবিন্দ।
  • বিটিচিত এতিয়া দুৰ্নীতিমুক্ত, সম‌বিকাশ, সম‌উন্নয়ণ সঠিকভাৱে ৰূপায়ণ হোৱাটো আশা কৰিব পাৰি।
  • আমি সদায় সুশাসন, দুৰ্নীতিমুক্ত বিটিআৰ বিচাৰোঃ এবছু সভাপতি দ্বিপেন বড়ো।
  • ৰাজ্যপাল মহোদয়, ৰাজ্যিক বিজেপিক আমি ধন্যবাদ জনাইছোঃ জিলা বিজেপিৰ সাধাৰণ সম্পাদক, অজয় কুমাৰ হাজৰিকা।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in