Published on:
Updated on:
- বৃহস্পতিবাৰেও হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
- প্ৰতি ঘণ্টাত ৩-৪ছেঃমিকৈ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
- বৃহস্পতিবাৰে পুৱা ৭ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হৈছেগৈ ৫০.৭০ ছেণ্টিমিটাৰ।
- বুধবাৰে পুৱা ৭ বজাত জলপৃষ্ঠ আছিল ৫১.১৮ ছেণ্টিমিটাৰ।
- উল্লখ্য যে. ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা ৪৯.৬৮ ছেন্টিমিটাৰ
- বৰ্তমানো বিপদসীমাৰ ১.০২ ছেঃমিঃ ওপৰেৰে বৈ আছে পানী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in