New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী।
- ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট কমি অহাৰ পিছতো বিভাগীয় নীতি–নিয়ম অমান্য কৰি অত্যধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
- আৱদ্ধ ফেৰীখনত থকা তিনি শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ।
- পিছত দুখন নাৱেৰে উদ্ধাৰ কৰি গন্তব্য স্থানলৈ নিয়া হয় যাত্ৰীসকলক।