New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
হোজাইৰ কপিলী নৈত পৰি সন্ধানহীন এজন যুৱক।
শিলডুবি আৰু যমুনাছিট অঞ্চলৰ মাজেৰে বৈ যোৱা কপিলী নৈত এই ঘটনা।
দেওবাৰে সংঘটিত হয় এই ঘটনা।
তিনি সতীৰ্থৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন যুৱকজন।
সন্ধানহীন যুৱকজন হোজাই শালবাগানৰ ৰিপন মজুমদাৰ।
স্থানীয় ৰাইজৰ লগতে SDRFৰ যুৱকজনৰ সন্ধানত অভিযান অব্যাহত।