New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d5941f33-138a-4741-8695-74a676317fb6/iui.jpg)
মাৰ্ঘেৰিটাত উদণ্ড যুৱকৰ তাণ্ডৱ।
যুৱকৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্রাপ্ত যুৱতী।
যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে প্রেৰণ AMCHলৈ প্ৰেৰণ কৰা হৈছে।
অভিযুক্ত আকাশ দত্ত নামৰ যুৱকজন ড্রাগছ আসক্ত।
পূৰ্বেও প্রেমজনিত কাৰণত যুৱতীগৰাকীক আক্রমণ কৰিছিল আকাশে।
যুৱকজন যুৱতী গৰাকীৰ প্ৰেমিক বুলি জানিব পৰা গৈছে।
ঘটনা সংঘটিত কৰি পলায়ন অভিযুক্ত আকাশ দত্তৰ।