গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী

গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী

  • গোলাঘাটত আৰক্ষীৰ জালত এজন নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী।
  • গোলাঘাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন যুৱকক।
  • ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম বিতোপন শৰ্মা।
  • ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ ব্ৰাউন ছুগাৰ।
  • যুৱকজনে নিজেও ড্ৰাগছ সেৱন কৰে বুলি নিশ্চিত হৈছে আৰক্ষী।
  • আৰক্ষীয়ে বৰ্তমানেও অব্যাহত সোধা পোছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in