৩ দিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ বৰেণ্য ৰঞ্জন বৰঠাকুৰক…

৩ দিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ বৰেণ্য ৰঞ্জন বৰঠাকুৰক…

author-image
asomiyapratidin
New Update
মাজুলীৰ চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা, এগৰাকী মহিলাক সালিনতা হানিৰ চেষ্টা…

  • মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক।
  • তিনিদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ বৰেণ্য ৰঞ্জন বৰঠাকুৰক।
  • চাৰিদিনৰ বাবে জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
  • শনিবাৰে মহানগৰীৰ নিজ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰিছিল চক্র বিষয়াজনক।
  • দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিছিল বৰেণ্য ৰঞ্জন বৰঠাকুৰক।
  • গ্রেপ্তাৰ হোৱা লাট মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ কৰিছিল।