Published on:
Updated on:
- দৌলোসৎৱ উপলক্ষ্যে বটদ্ৰৱাত উখল মাখল পৰিৱেশ।
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত মহা উলহ মালহেৰে দৌলোসৎৱৰ আয়োজন।
- মঙলবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দৌলোসৎৱ।
- দৌলোসৎৱত দেখা গৈছে অগণন ভক্তৰ ভীৰ।
- নাম-কীৰ্ত্তনেৰে মুখৰিত পৰিৱেশ।
- আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে আকাশীগংগাৰ লগতে বটদ্ৰৱা থান, দৌলমন্দিৰ তথা শ্ৰীশ্ৰী শ'লগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in