Published on:
Updated on:
- বঙাইগাঁৱত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ ঘটনা।
- নিশা শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হ'ল ১৮ দিনীয়া এটি কেচুৱা।
- বিছনাৰ পৰাই কেচুৱাটিক চুৰ কৰি নিলে কোনো দুৰ্বৃত্তই।
- বঙাইগাঁৱৰ নানকাৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
- সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in