অসম মুখ্য-পৃষ্ঠা বঙাইগাঁৱত ড্ৰাগছসহ ধৃত দুই সৰবৰাহকাৰী… বঙাইগাঁৱত ড্ৰাগছসহ ধৃত দুই সৰবৰাহকাৰী… asomiyapratidin 15 Jun 2022 09:05 IST Follow UsNew Updateৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীৰ ড্রাগছবিৰোধী অভিযান।অভিযানত কেইবা লক্ষাধিক টকাৰ ড্রাগছ জব্দ।ধৃত দুই সৰবৰাহকাৰী মকছেদ আলী আৰু ৰবোৱাল হুছেইন।অভিযানত জব্দ ১৫.৩০ গ্রাম ড্রাগছ। assam drugsআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক