অসম
কামপুৰত স্তব্ধ জনজীৱন, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ, চাওক VIDEO
- নগাঁৱৰ বিভিন্ন প্ৰান্তত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।
- কঠিয়াতলী, কামপুৰ, কচুৱাত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত।
- দোকান-পোহাৰৰ লগতে বন্ধ থাকে যান-বাহনৰ চলাচল।
- কামপুৰত উপস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা।