New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/accident.jpg)
প্ৰতীকি ফটো
- বকোৰ ৰাজাপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা ।
- ট্রাক-বাইকৰ মাজত সংঘটিত হয় মুখামুখী সংঘৰ্ষ ।
- দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুই যুৱক ।
- বকো আৰক্ষী থানাত ৰখা হয় যুৱক দ্বয়ৰ মৃতদেহ ।
- দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01-AQ-8961।
- ট্রাকখনৰ নম্বৰ AS01-DC-8411 ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us