New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
বোকাখাতৰ আমটেঙা বালিজানত পথ দুৰ্ঘটনা ।
বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষ।
থিতাতে নিহত চাইকেল আৰোহী পুনিল নায়ক।
নিহত পুনিল নায়কৰ ঘৰ নাহৰজান চাহ বাগিচাত।
গুৰুতৰভাৱে আহত বাইক আৰোহী ভৱেশ তাঁতী।
ভৱেশ তাঁতীক উন্নত চিকিৎসাৰ বাবে JMCHত ভৰ্তি।