মুখ্যমন্ত্ৰীৰ উপস্থিতিত বোকাখাতত দাহ কৰা হ’ব ২৪৭৯টা খৰ্গ…

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বোকাখাতত দাহ কৰা হ’ব ২৪৭৯টা খৰ্গ…

author-image
asomiyapratidin
New Update
আকৌ বন্ধ হ’ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! ইখনৰ পিছত সিখন বিদ্যালয়ত ধৰা পৰিছে কোভিড সংক্ৰমণ…

  • আজি দাহ কৰা হ'ব গঁড়ৰ খৰ্গ।
  • মাংগলিক কাৰ্যসূচীৰে জ্বলোৱা হ'ব খৰ্গসমূহ।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজহুৱাকৈ দাহ কৰা হ'ব খৰ্গসমূহ।
  • ২৪৭৯টা খৰ্গ দাহ কৰা হ'ব বোকাখাতত।
  • ২১জন পুৰোহিতে সম্পন্ন কৰিব মাঙ্গলিক অনুষ্ঠান।
  • খৰ্গ দাহনৰ পূৰ্বে থাকিব গায়ন-বায়ন।
  • এছিয়াত এয়াই প্ৰথম বৃহৎ সংখ্যক খৰ্গ দাহন কাৰ্যসূচী।