New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bokakhat-4.jpg)
- বুধবাৰে বোকাখাতৰ কুমাৰণী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ।
- ভতিজাকে দাৰে ঘপিয়াই হত্যা কৰিলে খুড়াকক।
- হত্যাকাণ্ডৰ বলি লোকজনৰ নাম কৃষ্ণ মাঝি।
- হত্যাকাৰী ৰাহুল মাঝিৰ বোকাখাত আৰক্ষীৰ ওচৰত আত্মসৰ্পন।
- মাটিবাৰীৰ কণ্ডলৰ পৰিণতিত সংঘটিত এই হত্যাকাণ্ড।
- গাঁওবাসীৰ মতে দীৰ্ঘদিনীয়া কণ্ডল আছিল পৰিয়াল দুটাৰ মাজত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us