New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/accident.jpg)
প্ৰতীকি ফটো
- সোমবাৰে পুৱতি নিশা বোকাখাতৰ সাপজুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
- জানিব পৰা মতে, সাপজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা NL 02 Q5557 নম্বৰৰ এখন ট্ৰাকত দুজন স্কুটি আৰোহীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
- ঘটনাস্থলীতে নিহত হয় নুমলীগড়ৰ দুই স্কুটি আৰোহী ক্ৰমে অমৃত ছেট্ৰী আৰু দীপক দৰ্জী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us