বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতেই পথ দুৰ্ঘটনাত নিহত প্রথম শ্রেণীৰ ছাত্ৰী

road accident
road accidentroad accident
  • বোকাজানৰ কঁঠালগুৰিত ভয়ংকৰ দুৰ্ঘটনা।

  • চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ খুন্দাত নিহত ছাত্রী।

  • মঙলবাৰে সংঘটি হয় পথ দুৰ্ঘটনাটো।

  • বিদ্যালয় ছুটীৰ পিছত ৰাস্তা পাৰ হওঁতেই সংঘটিত এই ঘটনা।

  • ছাত্রীগৰাকীক মহটিয়াই নিয়ে চিলিণ্ডাৰভৰ্তি বলেৰ’ পিক আপ ভেনে।

  • নিহত ছাত্রীগৰাকী প্রথম শ্রেণীত অধ্যয়নৰত অনন্যা কুমাৰী।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in