/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
বোকাজানৰ কঁঠালগুৰিত ভয়ংকৰ দুৰ্ঘটনা।
চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ খুন্দাত নিহত ছাত্রী।
মঙলবাৰে সংঘটি হয় পথ দুৰ্ঘটনাটো।
বিদ্যালয় ছুটীৰ পিছত ৰাস্তা পাৰ হওঁতেই সংঘটিত এই ঘটনা।
ছাত্রীগৰাকীক মহটিয়াই নিয়ে চিলিণ্ডাৰভৰ্তি বলেৰ’ পিক আপ ভেনে।
নিহত ছাত্রীগৰাকী প্রথম শ্রেণীত অধ্যয়নৰত অনন্যা কুমাৰী।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।