বোকাজানৰ যুৱ ব্যৱসায়ীক অপহৰণ

বোকাজানৰ যুৱ ব্যৱসায়ীক অপহৰণ
  • বোকাজানৰ যুৱ ব্যৱসায়ীক অপহৰণ।
  • অপহৃত ব্যৱসায়ীজনৰ নাম চন্দন কুমাৰ সিং।
  • ইটা ভাটাৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তেওঁক অপহৰণ।
  • ব্যৱসায়ীজনৰ পৰিয়ালক ১কোটি টকা মুক্তিপণ দাবী অপহৰণকাৰীৰ।
  • বোকাজান থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
  • ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in