নিচিমা সমষ্টিত বিজয়ী বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰী...

বিটিচি পৰিষদীয় নিৰ্বাচনত নিচিমা সমষ্টিত বিপিএফ প্ৰাৰ্থীৰ জয়লাভ।  বিজয়ী প্ৰাৰ্থীগৰাকী জেমছ বসুমতাৰী।  ২০২০ চনতো এই একেটা সমষ্টিৰ পৰা জয় লাভ কৰিছিল জেমছে। 

author-image
Tushar Pratim
New Update
james 26
  • নিচিমা সমষ্টিত বিপিএফ প্ৰাৰ্থীৰ জয়লাভ। 
  • বিজয়ী প্ৰাৰ্থীগৰাকী জেমছ বসুমতাৰী। 
  • ২০২০ চনতো এই একেটা সমষ্টিৰ পৰা জয় লাভ কৰিছিল জেমছে। 
  • প্ৰায় ২০০০ ভোটৰ ব্যৱধানত জয়ী হৈছে জেমছ বসুমতাৰী।
  • তেওঁ পৰাস্ত কৰে ইউ পি পি এলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীক। 
নিৰ্বাচন বিপিএফ বিটিচি