New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- ৬নং চাপৰমুখ গাওঁ পঞ্চায়ত সভাপতি পদত বিজেপি প্ৰাৰ্থী পুষ্পেন্দ্ৰ শইকীয়া।
- বিশাল ভোটৰ ব্যৱধানত জয় হয় শইকীয়া।
- পুষ্পেন্দ্ৰ শইকীয়াই ২১২৫টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৪২২টা ভোট।
- কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পুনিৰাম শইকীয়াই।
- অগপ প্ৰাৰ্থী কৃষ্ণ হাজৰিকাই লাভ কৰে ৪০৪টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us