চাপৰমুখ গাঁও পঞ্চায়তত ধূলিসাৎ কংগ্ৰেছ-অগপ

চাপৰমুখ গাঁও পঞ্চায়তত ধূলিসাৎ কংগ্ৰেছ-অগপ
  • ৬নং চাপৰমুখ গাওঁ পঞ্চায়ত সভাপতি পদত বিজেপি প্ৰাৰ্থী পুষ্পেন্দ্ৰ শইকীয়া।
  • বিশাল ভোটৰ ব্যৱধানত জয় হয় শইকীয়া।
  • পুষ্পেন্দ্ৰ শইকীয়াই ২১২৫টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৪২২টা ভোট।
  • কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পুনিৰাম শইকীয়াই।
  • অগপ প্ৰাৰ্থী কৃষ্ণ হাজৰিকাই লাভ কৰে ৪০৪টা ভোট।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in