বিজেপিৰ সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক মুখপাত্ৰ পদৰ পৰা অব্যাহতি…

বিজেপিৰ সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক মুখপাত্ৰ পদৰ পৰা অব্যাহতি…

author-image
asomiyapratidin
New Update
বিজেপিৰ সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক মুখপাত্ৰ পদৰ পৰা অব্যাহতি…

  • ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • সংখ্যালঘু ব'ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক বিজেপিৰ মুখপাত্ৰ পদৰ পৰা অব্যাহতি।
  • ৰহস্যজনকভাৱে এই সিদ্ধান্ত ল'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই।
  • ২১ সংগঠনৰ সৈতে বিজেপি নেতাগৰাকী বহিছিল এক বৈঠকত।
  • তাৰপাছতেই মমিনুল আৱালক এই পদৰ পৰা অব্যাহতি দিয়াক লৈ ব্যাপক চৰ্চা।