New Update
- ১২৪নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিজেপিৰ আধিপত্য।
- সমষ্টিটোৰ ১৮খন গাওঁ পঞ্চায়ততে বিজেপিৰ আধিপত্য।
- বিগত নিৰ্বাচনত ১৪খন আসনতে জয়ী হৈছিল কংগ্ৰেছ।
- বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- এই পৰ্যন্ত কেবাখনো আসনত অব্যাহত আছে ভোটগণনা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us