মাৰ্ঘেৰিটাত ১৮খনকৈ পঞ্চায়তত বিজেপিৰ আধিপত্য

  • ১২৪নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিজেপিৰ আধিপত্য।
  • সমষ্টিটোৰ ১৮খন গাওঁ পঞ্চায়ততে বিজেপিৰ আধিপত্য।
  • বিগত নিৰ্বাচনত ১৪খন আসনতে জয়ী হৈছিল কংগ্ৰেছ।
  • বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • এই পৰ্যন্ত কেবাখনো আসনত অব্যাহত আছে ভোটগণনা

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in