New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/BJP-Flag-600x386.jpg)
প্ৰতিকী ফটো
- অৰূপ জ্যোতি দাসক ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি।
- বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল অৰূপ জ্যোতি দাস।
- অনুসূচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি নিলোপম দাসে অব্যাহতি দিয়ে অৰূপ জ্যোতি দাসক।
- তেওঁৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/9a7dff8a-b4b7-4fbf-9fc4-a24c78446417-1.jpg)
- তৎকালীনভাৱে বলবৎ হোৱাকৈ অব্যাহতি দিয়া হয় তেওঁক।