বিজেপিৰ ৰাজ্যিক নেতাক বহিস্কাৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • অৰূপ জ্যোতি দাসক ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি।
  • বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল অৰূপ জ্যোতি দাস।
  • অনুসূচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি নিলোপম দাসে অব্যাহতি দিয়ে অৰূপ জ্যোতি দাসক।
  • তেওঁৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগ।
  • তৎকালীনভাৱে বলবৎ হোৱাকৈ অব্যাহতি দিয়া হয় তেওঁক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in