Published on:
Updated on:
- খুমটাই সমষ্টিৰ দক্ষিণহেঙেৰা জিলা পৰিষদৰ দক্ষিণ দক্ষিণহেঙেৰা গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ জয়।
- পঞ্চায়ত খনৰ সভাপতি পদত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী চয়নিকা তামুলী।
- আঞ্চলিক সদস্য পদত জয়লাভ বিজেপিৰ ডিম্পী দুৱৰাৰ।
- পঞ্চায়তখনৰ ৮ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ।
- কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছে দুটা ৱাৰ্ড।
Code:
Asomiya Pratidin
www.asomiyapratidin.in