ফনীন্দ্ৰনাথ শৰ্মাক দ্বিতীয়বাৰৰ বাবে অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান…

ফনীন্দ্ৰনাথ শৰ্মাক দ্বিতীয়বাৰৰ বাবে অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান…

author-image
asomiyapratidin
New Update
আকৌ বন্ধ হ’ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! ইখনৰ পিছত সিখন বিদ্যালয়ত ধৰা পৰিছে কোভিড সংক্ৰমণ…

  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সম্পাদকৰ নাম ঘোষণা কৰিছে।
  • দ্বিতীয়বাৰৰ বাবে ফনীন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হৈছে অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব।
  • ত্ৰিপুৰাৰ সাংগঠিনক সাধাৰণ সম্পাদকৰো দায়িত্ব প্ৰদান কৰা হৈছে ফনীন্দ্ৰনাথ শৰ্মাক।