আজিৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা…

আজিৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা…
  • বুধবাৰৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব এই সভাত অংশগ্ৰহণ।
  • উত্তৰ গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত এই সভা অনুষ্ঠিত হ'ব।
  • অংশগ্ৰহণ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
  • বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই সভা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in