New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-2.jpg)
- বুধবাৰৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব এই সভাত অংশগ্ৰহণ।
- উত্তৰ গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত এই সভা অনুষ্ঠিত হ'ব।
- অংশগ্ৰহণ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
- বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই সভা।